അർത്ഥം : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
ഉദാഹരണം :
ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
പര്യായപദങ്ങൾ : পৰীক্ষা
അർത്ഥം : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
ഉദാഹരണം :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
പര്യായപദങ്ങൾ : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন
അർത്ഥം : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
ഉദാഹരണം :
এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
പര്യായപദങ്ങൾ : অনুসন্ধান, সম্পৰীক্ষা