അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ഉദാഹരണം : সোমবাৰ সপ্তাহৰ প্রথম দিন
പര്യായപദങ്ങൾ : অহ্ন, দিন, দিৱস, বাসৰ
അർത്ഥം : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
ഉദാഹരണം : এতিয়া ৰামৰ পাল
പര്യായപദങ്ങൾ : নম্বৰ, পাল
അർത്ഥം : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ഉദാഹരണം : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
പര്യായപദങ്ങൾ : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
അർത്ഥം : মদ কিনিলৈ খোৱা ঠাই
ഉദാഹരണം : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
പര്യായപദങ്ങൾ : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
അർത്ഥം : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
ഉദാഹരണം : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
പര്യായപദങ്ങൾ : দফা
അർത്ഥം : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
ഉദാഹരണം : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
പര്യായപദങ്ങൾ : ফ্রেম, বৃতি
അർത്ഥം : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം : ছয় আৰু ছয় মিলি বাৰ হয়
പര്യായപദങ്ങൾ : দ্বাদশ, ১২
അർത്ഥം : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
ഉദാഹരണം : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
പര്യായപദങ്ങൾ : কিস্তি, খেপ, দফা
അർത്ഥം : দহ আৰি দুই
ഉദാഹരണം : নাৱত বাৰজন লোক উঠি আছিল
ഇൻസ്റ്റാൾ ചെയ്യുക