അർത്ഥം : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
ഉദാഹരണം :
বালীক ভগৱান ৰামে মাৰিছিল
അർത്ഥം : বালী দ্বীপৰ লোকৰ ভাষা
ഉദാഹരണം :
তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
പര്യായപദങ്ങൾ : বালী ভাষা
അർത്ഥം : যি লিপিত বালী ভাষা লিখা হয়
ഉദാഹരണം :
বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
പര്യായപദങ്ങൾ : বালী লিপি