അർത്ഥം : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
ഉദാഹരണം :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
പര്യായപദങ്ങൾ : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
അർത്ഥം : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
ഉദാഹരണം :
বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক