അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
ഉദാഹരണം : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
പര്യായപദങ്ങൾ : বান, মথাউৰি
അർത്ഥം : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ഉദാഹരണം : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
പര്യായപദങ്ങൾ : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
ഇൻസ്റ്റാൾ ചെയ്യുക