അർത്ഥം : নিজক কৰা উপকাৰ মানি লোৱা লোক
ഉദാഹരണം :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
പര്യായപദങ്ങൾ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
അർത്ഥം : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ഉദാഹരണം :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
പര്യായപദങ്ങൾ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য