പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বাধা দিয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বাধা দিয়া   ক্ৰিয়া

അർത്ഥം : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

ഉദാഹരണം : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

അർത്ഥം : বাধা প্ৰদান কৰা কাৰ্য

ഉദാഹരണം : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

പര്യായപദങ്ങൾ : হকা-বধা কৰা, হাক দিয়া

അർത്ഥം : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

ഉദാഹരണം : মাধৱে সকলো কামতে গোলমাল লগায়

പര്യായപദങ്ങൾ : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

അർത്ഥം : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

ഉദാഹരണം : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

പര്യായപദങ്ങൾ : নিষেধ কৰা, মানা কৰা, হাক দিয়া