അർത്ഥം : কোনো কথাত লগা বাদানুবাদ
ഉദാഹരണം :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
പര്യായപദങ്ങൾ : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
അർത്ഥം : অনাহকত কৰা তর্ক ্বা বিবাদ
ഉദാഹരണം :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
പര്യായപദങ്ങൾ : বাক-বিতণ্ডা, বিতণ্ডা