അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ഉദാഹരണം : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
പര്യായപദങ്ങൾ : কায়দা, নিয়ম, সিদ্ধান্ত
അർത്ഥം : ঋষি আদিৰ মান্য উপদেশ
ഉദാഹരണം : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
പര്യായപദങ്ങൾ : মত, সিদ্ধান্ত
അർത്ഥം : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ഉദാഹരണം : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
പര്യായപദങ്ങൾ : মত, মতবাদ, সিদ্ধান্ত
ഇൻസ്റ്റാൾ ചെയ്യുക