അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ഉദാഹരണം : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
പര്യായപദങ്ങൾ : খবৰ, বতৰা, সংবাদ, সমাচাৰ, সম্বাদ
അർത്ഥം : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ഉദാഹരണം : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
പര്യായപദങ്ങൾ : খবৰ, খবৰ বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
അർത്ഥം : মুখেৰে কোৱা কোনো সমাচাৰ
ഉദാഹരണം : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
പര്യായപദങ്ങൾ : খবৰ, সন্দেশ
അർത്ഥം : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
ഉദാഹരണം : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
പര്യായപദങ്ങൾ : খবৰ, জাননী
ഇൻസ്റ്റാൾ ചെയ്യുക