അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
ഉദാഹരണം : সৰস্বতীৰ বাহন হংস
പര്യായപദങ്ങൾ : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
അർത്ഥം : কোৱা কথা
ഉദാഹരണം : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
പര്യായപദങ്ങൾ : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
അർത്ഥം : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ഉദാഹരണം : আনৰ ভাল লগা কথাহে কোৱা উচিত
പര്യായപദങ്ങൾ : কথা, বচন
ഇൻസ്റ്റാൾ ചെയ്യുക