അർത്ഥം : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
ഉദാഹരണം :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
പര്യായപദങ്ങൾ : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
അർത്ഥം : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
ഉദാഹരണം :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
പര്യായപദങ്ങൾ : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান