അർത്ഥം : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
ഉദാഹരണം :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
പര്യായപദങ്ങൾ : কেঁচুৱাশিশু, পেন্দুকণা, বালক
അർത്ഥം : কম বয়সীয়া লʼৰা বা ছোৱালী
ഉദാഹരണം :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
പര്യായപദങ്ങൾ : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী