അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ফল, বীজ আদিৰ আৱৰণ
ഉദാഹരണം : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
പര്യായപദങ്ങൾ : ছাল, ত্বক, বল্কল, বাকল
അർത്ഥം : কোনো বস্তু আদিৰ পৰা এৰুৱাই দিয়া ছাল বিশেষ
ഉദാഹരണം : তেওঁ ্গাইজনীক লাওৰ বাকলি খুৱাই আছে
അർത്ഥം : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ഉദാഹരണം : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বল্কল, বৃক্ষত্বক
ഇൻസ്റ്റാൾ ചെയ്യുക