അർത്ഥം : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം :
এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
പര്യായപദങ്ങൾ : একুৰি দুই, দ্বাবিংশতি
അർത്ഥം : বিশ আৰু দুই
ഉദാഹരണം :
নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
പര്യായപദങ്ങൾ : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি