അർത്ഥം : খুৰাৰ ছোৱালী
ഉദാഹരണം :
মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
പര്യായപദങ്ങൾ : খুৰাৰ ছোৱালী, ভণ্টি
അർത്ഥം : জেঠোদেউ বা পেহাৰ ছোৱালী
ഉദാഹരണം :
মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
പര്യായപദങ്ങൾ : পেহাৰ ছোৱালী, ভণ্টি
അർത്ഥം : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
ഉദാഹരണം :
বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?