അർത്ഥം : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
ഉദാഹരണം :
মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
പര്യായപദങ്ങൾ : পতিহীনা, বিধৱা, স্বামীহীনা
അർത്ഥം : যাৰ স্বামীৰ মৃত্যু হৈছে
ഉദാഹരണം :
বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
പര്യായപദങ്ങൾ : পতিহীনা, বিধবা, স্বামীহীনা