അർത്ഥം : বিভিন্ন বৰণযুক্ত
ഉദാഹരണം :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
പര്യായപദങ്ങൾ : নানা-বৰণীয়া, ৰং-বিৰং
അർത്ഥം : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
ഉദാഹരണം :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
പര്യായപദങ്ങൾ : নানাৰঙী, বাৰেৰহণীয়া