അർത്ഥം : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
ഉദാഹരണം :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
പര്യായപദങ്ങൾ : কাতি হোৱা
അർത്ഥം : অলপ আঁউজি বা আহল বহলকৈ বহা
ഉദാഹരണം :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
പര്യായപദങ്ങൾ : হেলান দিয়া