പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বহা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বহা   বিশেষ্য

അർത്ഥം : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ

ഉദാഹരണം : ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে

പര്യായപദങ്ങൾ : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, ্পর্ণ্্শালা

বহা   ক্ৰিয়া

അർത്ഥം : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য

ഉദാഹരണം : সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে

പര്യായപദങ്ങൾ : জন্মা

അർത്ഥം : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহি থকা

അർത്ഥം : নি্র্বাচন আদিত প্রার্থী প্রতিদ্বন্দিতাৰ পৰা আঁতৰি থকা

ഉദാഹരണം : নি্র্দলীয় প্রার্থী ঝুমুকলালদেৱ বহিল