അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কপাহ, ৰেচম, ঊণ আদিৰ সূতাৰে বোৱা বস্তু
ഉദാഹരണം : তেওঁ ্কামিজটো চিলোৱাৰ কাৰণে দুই মিটাৰ টেৰিলিনৰ কাপোৰ কিনিলে
പര്യായപദങ്ങൾ : কাপোৰ, বসন
അർത്ഥം : পিন্ধা কাপোৰ
ഉദാഹരണം : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
പര്യായപദങ്ങൾ : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക