അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
ഉദാഹരണം : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
പര്യായപദങ്ങൾ : আই, আই ওলোৱা, পক্স, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
അർത്ഥം : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
ഉദാഹരണം : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
പര്യായപദങ്ങൾ : ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত
ഇൻസ്റ്റാൾ ചെയ്യുക