അർത്ഥം : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ഉദാഹരണം :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
പര്യായപദങ്ങൾ : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
അർത്ഥം : ৰোধ বা ৰৈ যোৱা
ഉദാഹരണം :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
പര്യായപദങ്ങൾ : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা