അർത്ഥം : প্রথা বন্ধ কৰা কার্য
ഉദാഹരണം :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
പര്യായപദങ്ങൾ : উঠাই দিয়া, নিষিদ্ধ কৰা
അർത്ഥം : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
ഉദാഹരണം :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
അർത്ഥം : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
ഉദാഹരണം :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
പര്യായപദങ്ങൾ : জপোৱা
അർത്ഥം : দুৱাৰ আদি বন্ধ কৰা কার্য
ഉദാഹരണം :
তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে
പര്യായപദങ്ങൾ : জপাই দিয়া
അർത്ഥം : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
ഉദാഹരണം :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
പര്യായപദങ്ങൾ : ৰুধা
അർത്ഥം : ভাট্টা আদি নিদিয়া
ഉദാഹരണം :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে