പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বন্ধ কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বন্ধ কৰা   ক্ৰিয়া

അർത്ഥം : প্রথা বন্ধ কৰা কার্য

ഉദാഹരണം : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

പര്യായപദങ്ങൾ : উঠাই দিয়া, নিষিদ্ধ কৰা

അർത്ഥം : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

ഉദാഹരണം : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

അർത്ഥം : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

ഉദാഹരണം : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

പര്യായപദങ്ങൾ : জপোৱা

അർത്ഥം : দুৱাৰ আদি বন্ধ কৰা কার্য

ഉദാഹരണം : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

പര്യായപദങ്ങൾ : জপাই দিয়া

അർത്ഥം : বাধা প্রদান কৰা

ഉദാഹരണം : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

പര്യായപദങ്ങൾ : অৱৰোধ কৰা

അർത്ഥം : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

ഉദാഹരണം : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

പര്യായപദങ്ങൾ : ৰুধা

അർത്ഥം : ভাট্টা আদি নিদিয়া

ഉദാഹരണം : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে