പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বন্ধ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বন্ধ   বিশেষ্য

അർത്ഥം : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

ഉദാഹരണം : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

പര്യായപദങ്ങൾ : হৰতাল

বন্ধ   বিশেষণ

അർത്ഥം : আৱদ্ধ হৈ থকা

ഉദാഹരണം : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

പര്യായപദങ്ങൾ : আৱদ্ধ

അർത്ഥം : যিটো প্রবাহিত নহয়

ഉദാഹരണം : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

പര്യായപദങ്ങൾ : অপ্রবাহিত, অপ্রৱাহিত

അർത്ഥം : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

ഉദാഹരണം : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

അർത്ഥം : ৰৈ থকা

ഉദാഹരണം : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

പര്യായപദങ്ങൾ : গতিহীন

അർത്ഥം : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

ഉദാഹരണം : সৌ বন্ধ নলাটো চাফা কৰি আছে

പര്യായപദങ്ങൾ : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ