പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বনোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বনোৱা   বিশেষ্য

അർത്ഥം : বনোৱাৰ কাম

ഉദാഹരണം : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

അർത്ഥം : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ഉദാഹരണം : আমি দুগোল দিলোঁ

പര്യായപദങ്ങൾ : কৰা, দিয়া

അർത്ഥം : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

ഉദാഹരണം : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

പര്യായപദങ്ങൾ : নিযুক্ত কৰা

അർത്ഥം : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ഉദാഹരണം : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

പര്യായപദങ്ങൾ : উঠোৱা, গঁথ্া, সজা, সাজি থকা

അർത്ഥം : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ഉദാഹരണം : কুমাৰে কলহ নি্র্মাণ কৰে

പര്യായപദങ്ങൾ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

അർത്ഥം : ঘৰ বা দেৱাল আদি বনোৱা

ഉദാഹരണം : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

പര്യായപദങ്ങൾ : উঠোৱা, সজা

അർത്ഥം : কোনো ৰূপলৈ অনা

ഉദാഹരണം : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

അർത്ഥം : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ഉദാഹരണം : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

പര്യായപദങ്ങൾ : কৰা, সজোৱা