അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
ഉദാഹരണം : দূবৰি, ্ ঘাঁহ আদি বন
പര്യായപദങ്ങൾ : গুল্ম, গুল্ম উদ্ভিদ
അർത്ഥം : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
ഉദാഹരണം : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
പര്യായപദങ്ങൾ : ঘাঁহ, তৃণ
അർത്ഥം : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ഉദാഹരണം : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
പര്യായപദങ്ങൾ : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
അർത്ഥം : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ഉദാഹരണം : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
പര്യായപദങ്ങൾ : অৰণ্য, জংঘল
ഇൻസ്റ്റാൾ ചെയ്യുക