അർത്ഥം : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
ഉദാഹരണം :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
അർത്ഥം : যিজনে শুনা নাপায়
ഉദാഹരണം :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
പര്യായപദങ്ങൾ : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত