അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ഉദാഹരണം : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
പര്യായപദങ്ങൾ : গুণ্ডা, দাদা, বজ্জাত, বদমাছ
അർത്ഥം : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা
അർത്ഥം : যিজনে বৰ উৎপাত কৰে
ഉദാഹരണം : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
പര്യായപദങ്ങൾ : উৎপতীয়া, খটাসুৰ, দুষ্ট
അർത്ഥം : যি উপদ্রৱ কৰে
ഉദാഹരണം : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
പര്യായപദങ്ങൾ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া
ഇൻസ്റ്റാൾ ചെയ്യുക