പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বঢ়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বঢ়া   বিশেষ্য

അർത്ഥം : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

ഉദാഹരണം : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

അർത്ഥം : গণনা বা জোখ-মাপত অধিক হোৱা

ഉദാഹരണം : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

പര്യായപദങ്ങൾ : অধিক হোৱা

അർത്ഥം : থালী বা পাতত আহাৰ দিয়া কার্য

ഉദാഹരണം : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

പര്യായപദങ്ങൾ : পৰিৱেশন কৰা, বিলোৱা

അർത്ഥം : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ഉദാഹരണം : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

പര്യായപദങ്ങൾ : উলিওৱা, কঢ়া

അർത്ഥം : বর্ধন ্ কার্য

ഉദാഹരണം : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

പര്യായപദങ്ങൾ : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

അർത്ഥം : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

ഉദാഹരണം : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে