അർത്ഥം : বাদ্য যন্ত্রৰ পৰা শ্্ব্দ উৎপন্ন কৰা
ഉദാഹരണം :
বিবাহথলীত চেহনাই বজাইছিল
അർത്ഥം : আনৰ হতুৱাই বজা
ഉദാഹരണം :
অধক্ষ্যই চকিদাৰৰ হতুৱাই ঘন্টা বজোৱালে
അർത്ഥം : আঘাত কৰি বা কোনো প্রকাৰে শ্্ব্দ উৎপন্ন কৰা
ഉദാഹരണം :
তেওঁ ্ঢোলক বজাই আছে