പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বগা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বগা   বিশেষ্য

അർത്ഥം : যিজন ব্যক্তিৰ বৰণ বগা

ഉദാഹരണം : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি

അർത്ഥം : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???

ഉദാഹരണം : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া

പര്യായപദങ്ങൾ : শুকুলা, শুক্ল, শ্বেত

അർത്ഥം : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়

ഉദാഹരണം : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়

പര്യായപദങ്ങൾ : চূণ, চূণ-শিল

বগা   বিশেষণ

അർത്ഥം : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়

ഉദാഹരണം : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়

പര്യായപദങ്ങൾ : চাদা

അർത്ഥം : চফা ৰঙৰ বা শ্বেত বর্ণৰ

ഉദാഹരണം : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে

പര്യായപദങ്ങൾ : শ্বেত, শ্বেতাংগ