അർത്ഥം : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ
ഉദാഹരണം :
আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে
പര്യായപദങ്ങൾ : অধ্যাদেশ
അർത്ഥം : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়
ഉദാഹരണം :
আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত
പര്യായപദങ്ങൾ : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা