അർത്ഥം : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
ഉദാഹരണം :
তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
പര്യായപദങ്ങൾ : ফৰমাইচি
അർത്ഥം : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
ഉദാഹരണം :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
പര്യായപദങ്ങൾ : অনুৰোধ