അർത്ഥം : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
ഉദാഹരണം :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
പര്യായപദങ്ങൾ : ফুলাই তোলা
അർത്ഥം : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
ഉദാഹരണം :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
പര്യായപദങ്ങൾ : পৰিস্ফূট কৰা
അർത്ഥം : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
ഉദാഹരണം :
লʼৰাটোৱে বেলুন ফুলায় আছে