പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ফুলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ফুলা   ক্ৰিয়া

അർത്ഥം : কলি ফুললৈ সলনি হোৱা ৰূপ

ഉദാഹരണം : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

പര്യായപദങ്ങൾ : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

അർത്ഥം : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

ഉദാഹരണം : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

അർത്ഥം : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

ഉദാഹരണം : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

അർത്ഥം : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

ഉദാഹരണം : খেতি পথাৰত সৰিয়হ ফুলিছে

പര്യായപദങ്ങൾ : পুষ্পিত হোৱা