അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ঠাইৰ মাজৰ খালী অংশ
ഉദാഹരണം : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
പര്യായപദങ്ങൾ : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
അർത്ഥം : ছেদ কৰা কার্য
ഉദാഹരണം : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
പര്യായപദങ്ങൾ : ছেদন
അർത്ഥം : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ഉദാഹരണം : এই ঢোলকটো ফুটি থাকিল
പര്യായപദങ്ങൾ : ফুটি থকা
അർത്ഥം : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
ഉദാഹരണം : কলহটো ফুটিল
പര്യായപദങ്ങൾ : ভগ্ন হোৱা
അർത്ഥം : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ഉദാഹരണം : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
ഇൻസ്റ്റാൾ ചെയ്യുക