അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
ഉദാഹരണം : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
പര്യായപദങ്ങൾ : ৰিবন
അർത്ഥം : দূৰত্ব জোখা এক মাপক
ഉദാഹരണം : তেওঁ ফিটাৰে পথটো জুখি আছে
പര്യായപദങ്ങൾ : টেপ
അർത്ഥം : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
ഉദാഹരണം : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে
ഇൻസ്റ്റാൾ ചെയ്യുക