അർത്ഥം : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
ഉദാഹരണം :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
പര്യായപദങ്ങൾ : জাল
അർത്ഥം : এক প্রকাৰৰ নিগনি ধৰা সজা
ഉദാഹരണം :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
പര്യായപദങ്ങൾ : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
അർത്ഥം : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
ഉദാഹരണം :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
പര്യായപദങ്ങൾ : পাশ