അർത്ഥം : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
ഉദാഹരണം :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
പര്യായപദങ്ങൾ : ফটা
അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ഉദാഹരണം :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
പര്യായപദങ്ങൾ : আঁতৰি যোৱা, আঁ্তৰা, ফটা
അർത്ഥം : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
ഉദാഹരണം :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
പര്യായപദങ്ങൾ : ফটা
അർത്ഥം : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
ഉദാഹരണം :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
പര്യായപദങ്ങൾ : চিৰাচিৰ হোৱা
അർത്ഥം : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
ഉദാഹരണം :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
പര്യായപദങ്ങൾ : চিৰাল ফটা দিয়া