അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
ഉദാഹരണം : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
പര്യായപദങ്ങൾ : ফলমূল
അർത്ഥം : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
ഉദാഹരണം : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
പര്യായപദങ്ങൾ : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
അർത്ഥം : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
ഉദാഹരണം : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
പര്യായപദങ്ങൾ : প্ৰতিফল
ഇൻസ്റ്റാൾ ചെയ്യുക