പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰীক্ষা কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰীক্ষা কৰা   ক্ৰিয়া

അർത്ഥം : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

ഉദാഹരണം : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

പര്യായപദങ്ങൾ : প্রমাণ কৰা, পৰীক্ষণ কৰা

അർത്ഥം : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

ഉദാഹരണം : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

അർത്ഥം : পৰীক্ষণৰ কাম কৰা কার্য

ഉദാഹരണം : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

പര്യായപദങ്ങൾ : নিৰীক্ষণ কৰা

അർത്ഥം : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

ഉദാഹരണം : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

അർത്ഥം : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

ഉദാഹരണം :

പര്യായപദങ്ങൾ : পৰখ কৰা