പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰীক্ষণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰীক্ষণ   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য

ഉദാഹരണം : নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে

അർത്ഥം : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম

ഉദാഹരണം : এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে

അർത്ഥം : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

ഉദാഹരണം : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

പര്യായപദങ്ങൾ : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা