പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰিষ্কাৰ কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰিষ্কাৰ কৰা   ক্ৰিয়া

അർത്ഥം : ধুই, মোহাৰি, মাজি উজ্জ্বল বা পৰিষ্কাৰ কৰা

ഉദാഹരണം : চাকৰণীয়ে বাচন চাফা কৰি আছে

പര്യായപദങ്ങൾ : উজ্জ্বল কৰা, চাফা কৰা, নিকা কৰা, স্বচ্ছ কৰা

അർത്ഥം : শুদ্ধ কৰা

ഉദാഹരണം : শল্য উপকৰণবোৰক ধুবৰ বাবে পানীৰ শোধন কৰা হয়

പര്യായപദങ്ങൾ : শোধন কৰা

അർത്ഥം : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা

ഉദാഹരണം : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়

പര്യായപദങ്ങൾ : নিষ্কাশন কৰা, ফিল্টাৰ কৰা, শোধন কৰা