അർത്ഥം : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
ഉദാഹരണം :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
പര്യായപദങ്ങൾ : কক্ষ
അർത്ഥം : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
ഉദാഹരണം :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
പര്യായപദങ്ങൾ : মণ্ডল
അർത്ഥം : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
ഉദാഹരണം :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
പര്യായപദങ്ങൾ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা