പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰিত্যাগ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰিত্যাগ   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ഉദാഹരണം : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

പര്യായപദങ്ങൾ : এৰা, ত্যাগ

അർത്ഥം : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য

ഉദാഹരണം : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে

പര്യായപദങ്ങൾ : পৰি্বর্জন, পৰি্বর্জ্জন

അർത്ഥം : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ഉദാഹരണം : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

പര്യായപദങ്ങൾ : উৎসর্গ, এৰা, ত্যাগ