അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে
ഉദാഹരണം : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়
അർത്ഥം : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
ഉദാഹരണം : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
പര്യായപദങ്ങൾ : উচিছষ্ট, এৰেহা
അർത്ഥം : এৰা অৱস্থা বা পৃথক কৰা
ഉദാഹരണം : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে
ഇൻസ്റ്റാൾ ചെയ്യുക