പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰিচাৰিকা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰিচাৰিকা   বিশেষ্য

അർത്ഥം : ৰোগী তথা নৱজাতক শিশুৰ সেৱাৰ বাবে প্রশিক্ষিত মহিলা

ഉദാഹരണം : মোৰ ননদে বোম্বে হস্পিতেলত নার্চ কৰে

പര്യായപദങ്ങൾ : চিষ্টাৰ, নার্চ

അർത്ഥം : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

ഉദാഹരണം : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

പര്യായപദങ്ങൾ : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, বান্দী, বেটী, লিগিৰী

അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ഉദാഹരണം : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক