പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰ   বিশেষ্য

അർത്ഥം : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

ഉദാഹരണം : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

പര്യായപദങ്ങൾ : অনাত্মীয়

അർത്ഥം : যি আপোন নহয়

ഉദാഹരണം : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

പര്യായപദങ്ങൾ : আনাত্মীয়

അർത്ഥം : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

ഉദാഹരണം : পৰ লোককো আদৰ কৰা উচিত

പര്യായപദങ്ങൾ : অনাত্মীয়

পৰ   বিশেষণ

അർത്ഥം : এটাক এৰি দি কোনোবা এটা

ഉദാഹരണം : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

പര്യായപദങ്ങൾ : অইন, অন্য, অন্যান্য, আন, বেলেগ

അർത്ഥം : অন্যৰ সৈতে সম্পর্কিত

ഉദാഹരണം : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

പര്യായപദങ്ങൾ : আনৰ, লোকৰ

അർത്ഥം : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

ഉദാഹരണം : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

പര്യായപദങ്ങൾ : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ