അർത്ഥം : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
ഉദാഹരണം :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
അർത്ഥം : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
ഉദാഹരണം :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
പര്യായപദങ്ങൾ : প্রৱেশ পথ, প্রৱেশদ্বাৰ
അർത്ഥം : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
ഉദാഹരണം :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
പര്യായപദങ്ങൾ : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ